Gateway to Assam

Discover the culture, history, books and knowledge of Assam, India.

639Books
101Research Pages
544News
12Topics
Quote of the Day
"What we see depends mainly on what we look for."
John Lubbock Browse all quotes →
Featured

The Assam Review

Film, music, books, interviews and writing from across Assam and the Northeast.

Read all posts →
শকুন্তলা (Sakontala)
German Literature Translation

শকুন্তলা (Sakontala)

যদি বাঞ্ছা কৰা নৱবৰ্ষৰ প্ৰথম বিকশিত মুকুলদল, কিংবা কামনা কৰা ইয়াৰ পৰিণতিৰ সুপক্ব ফল;

30 July 2026
আত্ম-প্ৰতিকৃতি(Self-Portrait )
Poetry Indian English poetry

আত্ম-প্ৰতিকৃতি(Self-Portrait )

মই মোৰ ব্যতিৰেকে অন্য সকলোৰে সদৃশ, আৰু কদাচিত পথৰ বিপণিৰ বাতায়নত দেখা পাওঁ

30 July 2026
হে শাৰদীয় (To Autumn)
John Keats To Autumn

হে শাৰদীয় (To Autumn)

হে শাৰদীয় (To Autumn)_________মূল: জন কীটছঅনুবাদ: প্ৰিয়ানুজ কলিতা  কুহেলিকা আৰু সুপক্ব মাধুৰ্যৰ হে ঋতু অনন্য,প্ৰৌঢ় তপনৰ তুমি হে সখা, পৰম ধন্য;দুয়ো মিলি ৰচিছা গোপনে এক চক্ৰ

20 July 2026
নীৰৱ দিনবোৰ (Silent Days)
Film Autobiography

নীৰৱ দিনবোৰ (Silent Days)

থিয়েটাৰ ৰয়েলৰ সমুখৰ সেই জনাকীর্ণ আৰু ঠেক পথটিত এটি পাঁচজনীয়া ব্ৰাছ বেণ্ডৰ দলে কিবা এক অস্পষ্ট, কোলাহলময় সুৰৰ লহৰ তুলিছিল। ছাৰ্ট আৰু ধূতি পৰিহিত এজন ব্যক্তিয়ে তেওঁৰ কাষলতিৰ তলত স্কটিছ টাৰ্টান কাপোৰেৰে মেৰিওৱা এটি বেগপাইপ গুজি লৈছিল। তেওঁ ইফালে-সিফালে খোজ কাঢ়ি এক কৰুণ হাইলীণ্ডাৰ সমৰ-সংগীত বজাই গৈছিল। আচৰিত কথাটো হ’ল, এই সকলোবোৰ হাই-উৰুমি আৰু কটা তিয়ঁহ তথা ভজা বাদামৰ সুবাসে আমাৰ বাবে এক অপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিছিল। আমাৰ গাঁৱত চলি থকা নিৰ্বাক চলচ্চিত্ৰৰ সেই দিনবোৰত এই পৰিৱেশে মনলৈ কঢ়িয়াই আনিছিল ৱাইল্ড ৱেষ্টৰ এক মায়াবী অনুভূতি, য’ত আছিল দুর্দান্ত কাউবয়, গুলীৰ ধোঁৱা আৰু এৰিজোনাৰ ওখোৰা-মোখোৰা পাহাৰীয়া পথেৰে তীব্ৰবেগে ধাবমান হোৱা তেজস্বী ঘোঁৰাৰ দল।

20 July 2026

Assam Portal is a community knowledge resource — a digital gateway to the culture, history and people of Assam. Explore our growing catalogue of books and an encyclopedia-style collection of research articles, built collaboratively and maintained for the public good. Read more about Assam →

📚

Book Catalogue

A curated selection of Assamese books — browse, discover and order online.

Explore Books →
📖

Research Pages

An encyclopedia-style collection on Assam — open for community contributions.

Browse Research →

Research & Knowledge

Browse all topics →