(১)গোলাপৰ সতেজ এপাহহ’লেইবা তল সৰাহাতৰ মুঠিতসানি যায় গোলাপী সুৱাস ৷ (২)এপাহ চিঙিসোধো গোলাপক"কোৱাছোন তোমাৰ বেদনা কিমান ?"মিচিকি হাঁহিৰে গোলাপ