আমাৰ পৰিয়ালটো (Amar Pariyalto)
| Language | English |
|---|---|
| Format | Paperback |
₹199.00
Rate this book:
★
★
★
★
★
About this book
ámár pariyálto A memoir of Chinese communist activist Thao Seng, translated into Assamese by Nibha Das, published by AANK-BAAK, HNo. 3, Bylane No. 5, Natun Saraniya, Gandhibasti, Guwahati - 781003, Assam, India ‘আমাৰ পৰিয়ালটো' এখন উপন্যাসোপম স্মৃতিকথা। চীনৰ সমাজতান্ত্রিক বিপ্লৱৰ অন্যতম এগৰাকী মহিলা কর্মী থাও ছেং লিখা-পঢ়া নথকা তেনেই সাধাৰণ মহিলা। জন্মৰ পাছতে পিতৃ-মাতৃক হেৰুৱাব লগা হোৱা থাও ছেং জড়িত হৈ পৰে সমাজতান্ত্রিক বিপ্লৱৰ সৈতে। তাৰ পৰৱৰ্তী সময়ত তেওঁৰ জীৱনলৈ নামি অহা বিপদ, প্ৰত্যাহ্বান—আৰু সমস্ত হেৰুওৱাৰ পাছতো আদৰ্শৰ প্ৰতি অটল হৈ থকা থাও ছেঙৰ পৰিয়ালৰ কাহিনীয়েই এই গ্ৰন্থৰ মূল উপপাদ্য। নিজে অশিক্ষিত আছিল বাবে তেওঁ এই জীয়া কাহিনী দুগৰাকী সাংবাদিকৰ আগত বৰ্ণনা কৰিছিল। সাংবাদিক হো চিয়াতুং আৰু চাও চিয়ে থাও ছেঙৰ মৌখিক বিৱৰণীৰ ভিত্তিতে লিখি উলিয়াইছিল এই উপন্যাসোপম গ্রন্থখন — যি যথার্থতে কল্পনা আশ্রিত উপন্যাসতকৈও বেছি ৰোমাঞ্চকৰ।
Published / sourced via
The Book Nook, Nagaon, Assam