Bakul Phular Dare (বকুল ফুলৰ দৰে)

Bakul Phular Dare (বকুল ফুলৰ দৰে)

by Mrinal Kalita

LanguageEnglish
FormatHardcover

👁 12 views

₹200.00

Rate this book:

About this book

মানুহৰ জীৱন নানান স্তৰেৰে গঠিত। তাৰে ভিতৰত শৈশৱ কাল হ'ল ফুলৰ পাপৰিৰ দৰে। কিন্তু এই ফুলৰ পাপৰি জানো জীৱন ধুমূহাক নেওচিব পৰাকে শক্তিশালী হয়? মৃণাল কলিতা (Mrinal Kalita) ৰ দ্বাৰা ৰচিত আৰু বান্ধৱ দ্বাৰা প্ৰকাশিত কিতাপ খনত বৰ্ণিত আছে সংঘৰ্ষৰ মাজেদি অসীমে কৰা এক যাত্ৰা যত আছে তাৰ সহযোগী, শুভাকাংক্ষী নিৰ্মল আৰু অনুভৱ ৰ দৰে চৰিত্ৰ। কষ্টকৰ জীৱনৰ প্ৰতিৰোধক নেওচি অসীমে তাৰ লক্ষ্যত উপনীত হব পাৰিবনে? নিৰ্মল ৰ দৰে বন্ধু বাস্তৱত সম্ভৱ নে বা অনুভৱ ৰ দৰে ভাবিব পৰা মানুহ আছে নে?
Published / sourced via The Book Nook, Nagaon, Assam