Pranab Phukan
Writings in The Assam Review
✍️
সূৰ্য্যটো আজিও ডুবে দিহিঙৰ বুকুত
শৈশৱ আৰু কৈশোৰৰসেই বালিচৰবোৰ,সেই নাম নজনা চাপৰি,সেই বিভোড় গধূলিৰনদীৰ পাৰ ৷সূৰ্য্যৰ হেঙুল বৰণেৰেউদ্ভাসিত সেই দিনবোৰযেতিয়া সূৰ্য্য হেৰাইছিলদিহিঙৰ বুকুত ৷ আজি
29 February 2020
poetry
aad
নৈসৰ্গিক
নুসুধিবা বন্ধু মই যাওঁ কলৈ... আলি কেঁকুৰিটো ঘূৰি লুঙলুঙীয়া বাটতোৰে মই যাম জুৰিটোৰ পাৰৰ বকুল জোপাৰ তললৈ ৷ তাতে মই দেখা পাম তাক আপোনমনে গুণগুণাই ফুল বুটলোতে
7 February 2020
poetry
aad