ৰঙালী মেলা ২০২০

ৰঙালী মেলা ২০২০

ৰঙালী মেলা ২০২০

এইবাৰ নেডফি হাটৰ এঘাৰ-দিনিয়া 'ৰঙালী মেলা' আৰম্ভ হব মাৰ্চ মাহৰ ২৬ তাৰিখৰ পৰা| বিভিন্ন চেল্ফ-হেল্প গ্ৰুপ আৰু স্থানীয় এন্ট্ৰপ্ৰিনিওৰে তৈয়াৰ কৰা গামোচাৰ পৰা আৰম্ভ কৰি বিভিন্ন ডিজাইনাৰ পোছাকৰ বিক্ৰিৰ ব্যৱস্থা কৰা হৈছে| লগতে, থলুৱা সুস্বাদু খাদ্য-সম্ভাৰো উপলব্ধ হব| আপোনাৰ বিপনীখনৰ বাবে আগতীয়াকৈ যোগাযোগ কৰ

এইবাৰ নেডফি হাটৰ এঘাৰ-দিনিয়া 'ৰঙালী মেলা' আৰম্ভ হব মাৰ্চ মাহৰ ২৬ তাৰিখৰ পৰা| বিভিন্ন চেল্ফ-হেল্প গ্ৰুপ আৰু স্থানীয় এন্ট্ৰপ্ৰিনিওৰে তৈয়াৰ কৰা গামোচাৰ পৰা আৰম্ভ কৰি বিভিন্ন ডিজাইনাৰ পোছাকৰ বিক্ৰিৰ ব্যৱস্থা কৰা হৈছে| লগতে, থলুৱা সুস্বাদু খাদ্য-সম্ভাৰো উপলব্ধ হব| আপোনাৰ বিপনীখনৰ বাবে আগতীয়াকৈ যোগাযোগ কৰক 11 days long (with 2 weekends in hand) Rongali Mela'2020 at NEDFi haat For details, please contact: Babul Gogoi: 9707269564, 9401732209 Or email: mail@rongjeng.com (Stall charge: Rs.11,000/- +18% GST)
ৰঙালী মেলা ২০২০