Invitation to Assam Association, Delhi's Bhogali Bihu/অসম এছোচিয়েছন, দিল্লীৰ ভোগালী বিহুলৈ নিমন্ত্ৰণ

Assam Association, Delhi  Magh BIhu 2018

Assam Association, Delhi Magh BIhu 2018

প্ৰতিবাৰৰ দৰেই এইবাৰো অহা ২০ জানুৱাৰী দেওবাৰে অসম এছোচিয়েছন, দিল্লীৰ উদ্যোগত চাণক্যপুৰীৰ বিনয়মাৰ্গস্থিত চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট স্পৰ্টছ গ্ৰাওণ্ডত পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈকে পতাকা উত্তোলন, মেজি-প্ৰজ্জ্বলন, খেল-ধেমালি, প্ৰীতিভোজ আদি নিয়মীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদ্‌যাপন কৰা হব। ভোগালীৰ আনন্দ

প্ৰতিবাৰৰ দৰেই এইবাৰো অহা ২০ জানুৱাৰী দেওবাৰে অসম এছোচিয়েছন, দিল্লীৰ উদ্যোগত চাণক্যপুৰীৰ বিনয়মাৰ্গস্থিত চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট স্পৰ্টছ গ্ৰাওণ্ডত পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈকে পতাকা উত্তোলন, মেজি-প্ৰজ্জ্বলন, খেল-ধেমালি, প্ৰীতিভোজ আদি নিয়মীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদ্‌যাপন কৰা হব। ভোগালীৰ আনন্দ লবলৈ সকলোকে সাদৰ নিমন্ত্ৰণ জনালোঁ। বিহুৰ বৰঙণি গাইপতি তিনিশ টকা মাত্ৰ। বিহুতলীত আপোনাৰ উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদেৰে— ইতি দীপক শইকীয়া, সাধাৰণ সম্পাদক অসম এছোচিয়েছন, দিল্লী ------------- Invitation to Assam Association, Delhi's Bhogali Bihu Assam Association, Delhi is celebrating Magh Bihu on 20th January, 2019 , Sunday at the Central Secretariat Sports Ground, Chanakyapuri ,New Delhi 110021 from 10:00 AM to 3:00 PM with various activities i.e. flag hoisting, meji projjolon, sports competition , community feast etc. You are cordially invited to grace the event along with your family members, friends and relatives . The contribution towards the Community Feast is Rs 300/- per person ony. Your kind presence is highly expected. Yours sincerely Dipak Saikia General Secretary, Assam Association, Delhi 11th January 2019
Assam Association, Delhi  Magh BIhu 2018 Assam Association, Delhi  Magh BIhu 2018